শেহতীয়া খবৰ
কোভিড ভেকচিনৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী,বৃদ্ধ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব - নৰেন্দ্ৰ মোডী  •  কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...

ৰাজনৈতিক অস্থিৰতাৰ মাজতে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দুই ঘনিষ্ঠৰ বাসগৃহত আয়কৰৰ তালাচী…

308
  • ৰাজস্থানত ৰাজনৈতিক অস্থিৰতাৰ মাজতে আয়কৰ বিভাগৰ ৰহস্যজনক অভিযান।
  • মুখ্যমন্ত্ৰী অশোক গেহলটৰ দুই ঘনিষ্ঠৰ ঘৰত হঠাৎ আয়কৰ বিভাগ।
  • কংগ্ৰেছ নেতা ধৰ্মেন্দ্ৰ সিং ৰাথো আৰু ৰাজীৱ আৰোৰাৰ ঘৰত আয়কৰ বিভাগৰ তালাচী।
  • এই দুয়োজন নেতা অশোক গেহলটৰ অতিকৈ ঘনিষ্ঠৰূপে পৰিচিত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি