শেহতীয়া খবৰ
অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO

১১ ফেব্ৰুৱাৰীত বলিউদত আৰু এখন বিয়া…

2,613

ডিজিটেল ডেস্কঃ বলিউদত ওলাইছে আৰু এখন বিয়া। এয়া কোনো এলাপচা লোকৰ বিয়া নহয়। বলিউদ-টলিউদৰ লগতে সমগ্ৰ বিশ্বৰ ছবিজগততেই খলকনি তোলা দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত জীয়াৰী সুন্দৰীয়াজৰ বিয়া। ১১ ফেব্ৰুৱাৰীত হ’বলগা এই বিয়াখনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। খবৰ অনুসৰি বিয়াৰ পূৰ্বেই ১০ ফেব্ৰুৱাৰীত আয়োজন কৰা হয় বিশেষ এটি অনুষ্ঠানৰ।

চেন্নাইৰ ৰাঘৱেন্দ কল্যাণ মণ্ডপত আয়োজন কৰা এই অনুষ্ঠানত বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ লগতে দেখা গ’ল ভিন্ন ক্ষেত্ৰৰ বহু প্ৰভাৱশালী লোকক। ৰজনীকান্তৰ জীয়াৰী সুন্দৰীয়াজৰ ২০১৬চনত বিবাহ বিচ্ছেদ হৈছিল উদ্যোগপতি অশ্বীন ৰাজকুমাৰৰ সৈতে। ইয়াৰ পাছতেই দুয়ো পৃথকা পৃথককৈ থাকিবলৈ লোৱাৰ পাছতেই ৩ বছৰৰ অন্তত সুন্দৰীয়াজে ব্যৱসায়ী বিশাগন ৱানংগমুডীৰ সৈতে পুনৰ  বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে।

উল্লেখ্য যে, সুন্দৰীয়াজৰ আছে বেদ নামৰ এটা পুত্ৰ সন্তান। দ্বিতীয় বাৰলৈ বিবাহত বহিবলগীয়া সুন্দৰীয়াজে সংবাদমাধ্যমৰ সন্মুখত কয়- ‘এই বিবাহক লৈ মই যথেষ্ট সুখী।’ কেৱল সুন্দৰীয়াজে নহয়, তেওঁ বিবাহপাশত আৱদ্ধ হ’বলগীয়া ৩৫ বছৰীয়া ব্যৱসায়ীজনৰো এয়া দ্বিতীয় বিবাহ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি