প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কোৰোনাত আক্ৰান্ত…

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কোৰোনাত আক্ৰান্ত…
  • কোৰোনাত আক্ৰান্ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
  • টুইটাৰযোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • কোভিড টেষ্ট কৰাৰ পাছত তেওঁৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • যোৱা কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকক কোভিড টেষ্ট কৰিবলৈ আহ্বান জনাই ৰাজনাথ সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in