আজি অসমলৈ ৰাজনাথ সিং আৰু অমিত শ্বাহ…

আজি অসমলৈ ৰাজনাথ সিং আৰু অমিত শ্বাহ…
  • আজি অসমলৈ আহিব ৰাজনাথ সিং।
  • ১১বজাত তেজপুৰত উপস্থিত হবহি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।
  • তেজপুৰ, বিশ্বনাথ, দেৰগাঁও আৰু যোৰহাটত প্ৰচাৰ সভাত অংশ লব সিঙে।
  • ইফালে আজি অসমলৈ আহিব অমিত শ্বাহ।
  • মাৰ্ঘেৰিটা, নাজিৰাত প্ৰচাৰ সভাত অংশ লব শ্বাহে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in