সংঘাতৰ মাজতে লাডাখলৈ যাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

সংঘাতৰ মাজতে লাডাখলৈ যাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…
  • চীন-ভাৰতৰ সংঘাতৰ মাজতে লাডাখলৈ যাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
  • তেওঁৰ লগত যাব ডিফেন্স অৱ ষ্টাফ জেনেৰেল বিপিন ৰাৱট।
  • ভাৰতীয়া সেনাৰ প্ৰস্তুতিৰ সম্পৰ্কে বুজ লব তেওঁলোকে।
  • উল্লেখ্য যে, ভাৰত চীনৰ সংঘাতৰ পাছতে সীমান্তত বৃদ্ধি কৰা হৈছিল সুৰক্ষা।
  • সকলোকে সষ্টম হৈ থাকিবলৈ দিয়া হৈছিল নিৰ্দেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in