শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

সংঘাতৰ মাজতে লাডাখলৈ যাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

191
  • চীন-ভাৰতৰ সংঘাতৰ মাজতে লাডাখলৈ যাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
  • তেওঁৰ লগত যাব ডিফেন্স অৱ ষ্টাফ জেনেৰেল বিপিন ৰাৱট।
  • ভাৰতীয়া সেনাৰ প্ৰস্তুতিৰ সম্পৰ্কে বুজ লব তেওঁলোকে।
  • উল্লেখ্য যে, ভাৰত চীনৰ সংঘাতৰ পাছতে সীমান্তত বৃদ্ধি কৰা হৈছিল সুৰক্ষা।
  • সকলোকে সষ্টম হৈ থাকিবলৈ দিয়া হৈছিল নিৰ্দেশ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি