মনোনয়ন পত্ৰ দাখিলৰ পাছত কি ক’লে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে…

মনোনয়ন পত্ৰ দাখিলৰ পাছত কি ক’লে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে…
  • মঙলবাৰে লক্ষ্ণৌ সংসদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।
  • মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ৰোড শ্ব'ত অংশ লয় সিঙে।
  • এছপি-বিএছপি-আৰএলডি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনম সিনহাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁৰ বিৰুদ্ধে।
  • ৰাজনাথ সিঙে সংবাদমাধ্যমৰ এই সন্দৰ্ভত কয়-
  • 'কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব।'
  • 'এই গণতন্ত্ৰৰ বৈশিষ্ট্য।'
  • 'আমি সততা আৰু নিষ্ঠাৰে এই নিৰ্বাচনত যুঁজ দিম।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in