শেহতীয়া খবৰ
হাইদৰাবাদৰ ৪ পশু চিকিৎসক বলাৎকাৰীৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু  •  শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  শুকুৰবাৰে গুৱাহাটীত নাপাব পদপথৰ দোকান, ৰাজপথলৈ আহিব জুবিন গাৰ্গ, কটনীয়ানৰ নেতৃত্বত ৰণহুংকাৰ  •  লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO

মনোনয়ন পত্ৰ দাখিলৰ পাছত কি ক’লে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে…

104
  • মঙলবাৰে লক্ষ্ণৌ সংসদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।
  • মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ৰোড শ্ব’ত অংশ লয় সিঙে।
  • এছপি-বিএছপি-আৰএলডি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনম সিনহাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁৰ বিৰুদ্ধে।
  • ৰাজনাথ সিঙে সংবাদমাধ্যমৰ এই সন্দৰ্ভত কয়-
  • ‘কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব।’
  • ‘এই গণতন্ত্ৰৰ বৈশিষ্ট্য।’
  • ‘আমি সততা আৰু নিষ্ঠাৰে এই নিৰ্বাচনত যুঁজ দিম।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি