শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

ৰাজকন্যাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ…

  • বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ ন্যায়ালয়ৰ।
  • এদিনৰ বাবে বিতৰ্কিত মডেল গৰাকীক প্ৰেৰণ কৰিলে আৰক্ষীৰ জিম্মালৈ।
  • ৰুক্মীণিগাঁৱত নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই ৰাজকন্যাই সংঘটিত কৰিছিল দুৰ্ঘটনা।
  • দুৰ্ঘটনাৰ ফলত আহত হৈছিল ৯ জন শ্ৰমিক।
  • এজন শ্ৰমিকে হেৰুৱাইছিল দুয়োখন ভৰি।
  • ইফালে বিতৰ্কিত মডেল গৰাকীক আই চি ইউত ৰাখি থোৱাৰ বাবে জি এন আৰ চি হাস্পাতালৰ ওপৰত ব্যৱস্থা লোৱাৰ ইংগিত আৰক্ষীৰ।
  • বিতৰ্কিত ডেল গৰাকীক সুৰক্ষা প্ৰদান কৰা জি এন আৰ চিৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰক্ষীয়ে।
  • আনহাতে ৰাজকন্যা বৰুৱাৰ ড্ৰাইভিং লাইচেন্স জব্দ কৰি বাতিলৰ নিৰ্দেশ পৰিবহণ বিভাগক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি