ৰাজকন্যাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ…

ৰাজকন্যাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ…
  • বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ ন্যায়ালয়ৰ।
  • এদিনৰ বাবে বিতৰ্কিত মডেল গৰাকীক প্ৰেৰণ কৰিলে আৰক্ষীৰ জিম্মালৈ।
  • ৰুক্মীণিগাঁৱত নিশা সুৰামত্ত অৱস্থাত গাড়ী চলাই ৰাজকন্যাই সংঘটিত কৰিছিল দুৰ্ঘটনা।
  • দুৰ্ঘটনাৰ ফলত আহত হৈছিল ৯ জন শ্ৰমিক।
  • এজন শ্ৰমিকে হেৰুৱাইছিল দুয়োখন ভৰি।
  • ইফালে বিতৰ্কিত মডেল গৰাকীক আই চি ইউত ৰাখি থোৱাৰ বাবে জি এন আৰ চি হাস্পাতালৰ ওপৰত ব্যৱস্থা লোৱাৰ ইংগিত আৰক্ষীৰ।
  • বিতৰ্কিত ডেল গৰাকীক সুৰক্ষা প্ৰদান কৰা জি এন আৰ চিৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰক্ষীয়ে।
  • আনহাতে ৰাজকন্যা বৰুৱাৰ ড্ৰাইভিং লাইচেন্স জব্দ কৰি বাতিলৰ নিৰ্দেশ পৰিবহণ বিভাগক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in