গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সমুখত কংগ্ৰেছ কৰ্মীৰ মৌন প্ৰতিবাদ

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সমুখত কংগ্ৰেছ কৰ্মীৰ মৌন প্ৰতিবাদ

  • গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ।
  • ছত্তীশগড়ত আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত চলোৱা লাঠিচালনাৰ বিৰুদ্ধে এই প্ৰতিবাদ।
  • মুখত ক'লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ কংগ্ৰেছ কৰ্মীসকলৰ।
  • প্ৰতিবাদত অংশ গ্ৰহণ কৰিছে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ লগতে কংগ্ৰেছৰ বহু কেইজন নেতাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in