শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...

দুঃখবৰ! উচ্চ ৰক্তচাপত ভূগি চিকিৎসালয় ভৰ্তি হৈছে ৰজনীকান্ত…

342
  • দক্ষিণ ভাৰতীয় চুপাৰষ্টাৰ ৰজনীকান্তক হায়দৰাবাদৰ এপোলো হস্পিটেলত ভৰ্তি কৰা হৈছে।
  • উচ্চ ৰক্তচাপৰ ভূগি চিকিৎসালয়ত ভৰ্তি হৈছে অভিনেতাজন।
  • ৩১ ডিচেম্বৰত ৰজনীকান্তে নিজৰ ৰাজনৈতিক দলৰ ঘোষণা কৰাৰ কথা।
  • হায়দৰাবাদত অন্নাথে ছবিৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল অভিনেতা জন।
  • ছবিখনত ৪ জন সহ অভিনেতাৰ গাত কোভিড ১৯ ধৰা পৰাৰ পিছত শ্বুটিং স্থগিত ৰখা হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি