তেজপুৰত ভানুৰ বিৰুদ্ধে বিজেপিৰ ৰাজেন বৰঠাকুৰ!

তেজপুৰত ভানুৰ বিৰুদ্ধে বিজেপিৰ ৰাজেন বৰঠাকুৰ!

  • শেষ মুহূৰ্তত ৰাজেন বৰঠাকুৰ হ'ব তেজপুৰৰ বিজেপি প্ৰাৰ্থী।
  • এনে ইংগিত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ।
  • বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব বিজেপিৰ প্ৰাৰ্থীৰ নাম।
  • তেজপুৰৰ প্ৰাৰ্থিত্বৰ দৌৰত আছিল কেইবাজনৰো নাম।
  • অমিয় ভূঞা, ৰিতুবৰণ শৰ্মাৰ নামো চৰ্চালৈ আহিছিল সমষ্টিটোৰ প্ৰাৰ্থী ৰূপে।
  • কংগ্ৰেছ প্ৰাৰ্থী ভানুৰ সৈতে সমষ্টিটোত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাজেন বৰঠাকুৰে।
  • এই মুহূৰ্তলৈকে ৰাজেন বৰঠাকুৰৰ নামেই প্ৰায় চূড়ান্ত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in