শ্বিলঙৰ চিবিআইৰ কাৰ্যালয়ত শনিবাৰে জেৰাৰ সন্মুখীন হ’ব ৰাজীৱ কুমাৰ

শ্বিলঙৰ চিবিআইৰ কাৰ্যালয়ত শনিবাৰে জেৰাৰ সন্মুখীন হ’ব ৰাজীৱ কুমাৰ
  • শ্বিলংস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।
  • আজি চিবিআই বিষয়াৰ সন্মুখীন হ'ব আৰক্ষী আয়ুক্ত গৰাকী।
  • ইতমধ্যে শ্বিলংস্থিত কাৰ্যালয়ত উপস্থিত হৈছে চিবিআইৰ এটি ৫ জনীয়া অনুসন্ধানকাৰী দল।
  • চিটফাণ্ড কেলেংকাৰী সন্দৰ্ভত চিবিআইয়ে সোধপোছ কৰিব ৰাজীৱ কুমাৰক।
  • উচ্চতম ন্যায়ালয়ে চিবিআইৰ শ্বিলংস্থিত কাৰ্যালয়তহে ৰাজীৱ সোধপোছ কৰাৰ অনুমতি প্ৰদান কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in