শেহতীয়া খবৰ
ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...  •  পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ...

শ্বিলঙৰ চিবিআইৰ কাৰ্যালয়ত শনিবাৰে জেৰাৰ সন্মুখীন হ’ব ৰাজীৱ কুমাৰ

156
  • শ্বিলংস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।
  • আজি চিবিআই বিষয়াৰ সন্মুখীন হ’ব আৰক্ষী আয়ুক্ত গৰাকী।

  • ইতমধ্যে শ্বিলংস্থিত কাৰ্যালয়ত উপস্থিত হৈছে চিবিআইৰ এটি ৫ জনীয়া অনুসন্ধানকাৰী দল।
  • চিটফাণ্ড কেলেংকাৰী সন্দৰ্ভত চিবিআইয়ে সোধপোছ কৰিব ৰাজীৱ কুমাৰক।

  • উচ্চতম ন্যায়ালয়ে চিবিআইৰ শ্বিলংস্থিত কাৰ্যালয়তহে ৰাজীৱ সোধপোছ কৰাৰ অনুমতি প্ৰদান কৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি