শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

মঙলবাৰে ছোৱাইন ফ্লুত আক্ৰান্ত হৈ ৰাজস্থানত মৃত্যু এজনৰ…

136
  • মঙলবাৰে ৰাজস্থানত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু এজনৰ।
  • ছোৱাইন ফ্লুত আক্ৰান হোৱা লোকৰ সংখ্যা ৯০জন।
  • ইফালে, যোৱা ১ জানুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ছোৱাইনত ফ্লুত আক্ৰান্ত হৈ মৃত্যু হৈছে ১১৩জনৰ।
  • আনহাতে, ৩১১০জন লোক আক্ৰান্ত হৈছে এই ৰোগত।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি