শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

১২ লাখ টকাৰ জৰিমনা ৰাজস্থান ৰয়েলচৰ অধিনায়ক ষ্টিভ স্মিথক

1,789

ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলচৰ অধিনায়ক ষ্টিভ স্মিথক ১২ লাখ টকাৰ জৰিমনা বিহিছে । মঙলবাৰে ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত খেল খনত শ্ল’ অভাৰ ৰেটৰ বাবে এই জৰিমনা বিহা হয়।

খেল খনৰ ২০ অভাৰ শেষ কৰিবলৈ নিৰ্ধাৰিত সময়তকৈ অত্যাধিক সময় ব্যৱহাৰ কৰিছ্ল অধিনায়ক স্মিথে সেয়ে জৰিমনা বিহা হয় অধিনায়ক গৰাকীক । ইপিনে খেলখনত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক ৫৭ ৰাণত পৰাজিত কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি