ৰাজস্থানত থাকিবনে কংগ্ৰেছ চৰকাৰ! আজি পুনৰ বৈঠকৰ আহ্বান…

ৰাজস্থানত থাকিবনে কংগ্ৰেছ চৰকাৰ! আজি পুনৰ বৈঠকৰ আহ্বান…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী গেহলটৰ বিৰুদ্ধে শচীন পাইলটে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ পাছতে বিপদত পৰিছে কংগ্ৰেছ দলৰ লগতে ৰাজস্থানৰ বৰ্তমানৰ চৰকাৰ। সোমবাৰে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলৰ সৈতে বিধায়কসকলৰ বৈঠকত বহিছিল যদিও মঙলবাৰে পুনৰ এখন বৈঠকৰ আহ্বান কৰিছে কংগ্ৰেছে। প্ৰাপ্ত খবৰ অনুসৰি, এই বৈঠকত অংশ লোৱাৰ বাবে কংগ্ৰেছ নেতৃত্বই উপমুখ্যমন্ত্ৰী শচীন পাইলটকো পত্ৰযোগে আমন্ত্ৰণ জনাইছে। কিন্তু শেহতীয়াকৈ পাইলটৰ সমৰ্থনত থকা একাংশ বিধায়কে গেহলট চৰকাৰৰ বিৰুদ্ধে না না অভিযোগেৰে থকা সৰকা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in