পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা…

পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা…
  • ৰাজস্থানত সংঘটিত হৈছে শোকাৱহ ঘটনা।
  • বুন্দীত নদীত বাগৰি পৰিল যাত্ৰীসহ বাহন।
  • কেবাজনো ব্যক্তিৰ মৃত্যুৰ আশংকা।
  • পানীত যাত্ৰীসহ আবদ্ধ হৈ আছে বাছখন।
  • বৰ্তমানেও জানিব পৰা হোৱা নাই নিহত লোকৰ সংখ্যা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in