ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজস্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • যোধপুৰত ট্ৰাক আৰু বাছৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত নিহত হৈছে ৪ গৰাকীকৈ লোক।
  • ইফালে গুৰুতৰভাৱে আহত হৈছে ২০ গৰাকী লোক।
  • আহত সকলক ততালিকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in