শেহতীয়া খবৰ
হংকঙত ৩ অক্টোবৰলৈ বন্ধ এয়াৰ ইণ্ডিয়াৰ বিমান...  •  বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...

ৰাজ্য সভাৰ শূন্য কালত বাঘজানৰ প্ৰসংগ উত্থাপন…

961
  • ৰাজ্য সভাৰ শূন্য কালত বাঘজানৰ প্ৰসংগ উত্থাপন ৷
  • সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰিছে প্ৰশ্ন ।
  • ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰন দিয়াৰ দাৱী ৷
  • এতিয়াও জ্বলি আছে বাঘজানত জুই ।
  • কেইবাবাৰো অগ্নি নিৰ্বাপনৰ চেষ্টা বিফল হৈছে ।
  • শেহতীয়াকৈ বাঘজানত মৃত্যু হৈছে অইলৰ অভিযন্তা ।
  • ২০০ কোটিৰো অধিক টকা লোকচান হৈছে অগ্নিকাণ্ডত ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি