ৰাজ্য সভাৰ শূন্য কালত বাঘজানৰ প্ৰসংগ উত্থাপন…

ৰাজ্য সভাৰ শূন্য কালত বাঘজানৰ প্ৰসংগ উত্থাপন…
  • ৰাজ্য সভাৰ শূন্য কালত বাঘজানৰ প্ৰসংগ উত্থাপন ৷
  • সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰিছে প্ৰশ্ন ।
  • ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰন দিয়াৰ দাৱী ৷
  • এতিয়াও জ্বলি আছে বাঘজানত জুই ।
  • কেইবাবাৰো অগ্নি নিৰ্বাপনৰ চেষ্টা বিফল হৈছে ।
  • শেহতীয়াকৈ বাঘজানত মৃত্যু হৈছে অইলৰ অভিযন্তা ।
  • ২০০ কোটিৰো অধিক টকা লোকচান হৈছে অগ্নিকাণ্ডত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in