১৪ জুনৰ পৰা ১৮জুন লৈ অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলৰ কিছু কিছু ঠাইত হব ধাৰাসাৰ বৰষুণ…

১৪ জুনৰ পৰা ১৮জুন লৈ অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলৰ কিছু কিছু ঠাইত হব ধাৰাসাৰ বৰষুণ…
  • ১৪ জুনৰ পৰা ১৮জুন লৈ অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হব ।
  • গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে ।
  • এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । 
  • ইফালে শুকুৰবাৰে পুৱতি নিশাৰে পৰা গুৱাহাটীত ধাৰাসাৰ বৰষুণ।
  • কিছু কিছু স্থানত সৃষ্টি হৈছে কৃত্ৰিম বানপানী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in