গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযানত ৪ টুকুৰা সোণসহ আটক এজন

গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযানত ৪ টুকুৰা সোণসহ আটক এজন
  • গুৱাহাটীত ৰে'ল আৰক্ষীৰ অভিযানত সোণৰ ৪ টা টুকুৰা জব্দ কৰা হৈছে।
  • জব্দ হোৱা সোণখিনিৰ ওজন প্ৰায় ৬৬৪ গ্ৰাম হ'ব বুলি জানিব পৰা গৈছে।
  • সোণখিনিৰ মূল্য প্ৰায় ২৫ লাখ টকা।
  • ৰাজধানী এক্সপ্ৰেছ (১২৪২৩) ৰে'লত চলিছিল এই অভিযান।
  • এজন লোকক আটক কৰা হৈছে।
  • আটক কৰা লোকজনৰ নাম বাহাদুৰ চেত্ৰী।
  • লোকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ উদয়পুৰত।
  • লোকজনে গুৱাহাটীৰ পৰা কিষাণগঞ্জলৈ যাত্ৰা কৰিবলৈ লওঁতেই আটক কৰা হৈছে।
  • লোকজনক আটক কৰি জেৰা কৰি আছে ৰে'ল আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in