শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযানত ৪ টুকুৰা সোণসহ আটক এজন

158
  • গুৱাহাটীত ৰে’ল আৰক্ষীৰ অভিযানত সোণৰ ৪ টা টুকুৰা জব্দ কৰা হৈছে।
  • জব্দ হোৱা সোণখিনিৰ ওজন প্ৰায় ৬৬৪ গ্ৰাম হ’ব বুলি জানিব পৰা গৈছে।
  • সোণখিনিৰ মূল্য প্ৰায় ২৫ লাখ টকা।

  • ৰাজধানী এক্সপ্ৰেছ (১২৪২৩) ৰে’লত চলিছিল এই অভিযান।
  • এজন লোকক আটক কৰা হৈছে।
  • আটক কৰা লোকজনৰ নাম বাহাদুৰ চেত্ৰী।
  • লোকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ উদয়পুৰত।
  • লোকজনে গুৱাহাটীৰ পৰা কিষাণগঞ্জলৈ যাত্ৰা কৰিবলৈ লওঁতেই আটক কৰা হৈছে।
  • লোকজনক আটক কৰি জেৰা কৰি আছে ৰে’ল আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি