চাবুৱাত প্ৰাৰ্থী সলনিঃ ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…

চাবুৱাত প্ৰাৰ্থী সলনিঃ  ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ…
  • ৰাইজৰ দলে শেহতীয়াকৈ প্ৰকাশ কৰিছে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা।
  • ৫৩নং পূব গুৱাহাটী সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী দিৱস ফুকন
  • বৰক্ষেত্ৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰাছেল হুচেইনক।
  • ভৱানীপুৰত কমল কুমাৰ মেধিক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।
  • জনিয়াত আশ্ৰাফুল ইছলামে লাভ কৰিছে প্ৰাৰ্থিত্ব।
  • গোৱালপাৰা পূৱত আমিনুল হক আৰু ছাপাগুৰিত সুজন দাসক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।
  • লাহোৱালত দিব্যজিত দত্ত আৰু প্ৰবীন দাসক ৯৭নং দেৰগাঁও সমষ্টিত প্ৰদান কৰা হৈছে প্ৰবীণ দাসক।
  • কলাইগাঁৱত পংকজ অসমীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজৰ দলে।
  • ইফালে ৰাইজৰ দলে ঘোষণা কৰিছে যে, চাবুৱাত দ্বিপনজ্যোতি ফুকনৰ পৰিৱৰ্তে ভৱেন বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজৰ দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in