আজি কন্যাকুমাৰীলৈ ৰাহুল গান্ধী…

আজি কন্যাকুমাৰীলৈ ৰাহুল গান্ধী…
  • আজি কন্যাকুমাৰীলৈ যাব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।
  • এটা ৰেলীত অংশ লব ৰাহুল গান্ধীয়ে।
  • ইয়াৰ লগতে তামিলনাডুত ডি এম কেৰ সৈতে আলোচনাত বহিব ৰাহুল গান্ধী।
  • এক ৰেলীত অংশ ল'ব ৰাহুল গান্ধীৰ লগতে ডি এম কে অধ্যক্ষ এম কে ষ্টালিনৰ লগতে কেইবাজনো ৰাজনৈতিক নেতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in