ভাৰতবৰ্ষৰ শিক্ষাখণ্ডত যথেষ্ট কম ধন ব্যয় কৰা হৈছেঃ ৰাহুল গান্ধী

ভাৰতবৰ্ষৰ শিক্ষাখণ্ডত যথেষ্ট কম ধন ব্যয় কৰা হৈছেঃ ৰাহুল গান্ধী
  • তামিলনাডুত উপস্থিত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী।
  • কেইবাটাও কাৰ্যসূচীত অংশ ল'ব ৰাহুল গান্ধীয়ে।
  • কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ সৈতে বাৰ্তালাপত মিলিত গান্ধী।
  • এজন শিক্ষাৰ্থীৰ এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়-
  • 'ভাৰতবৰ্ষৰ শিক্ষাখণ্ডত যথেষ্ট কম ধন ব্যয় কৰা হৈছে, এই ধনৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in