আজি পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী

আজি পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী
  • আজি পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী।
  • কেইবাখনো নিৰ্বাচনী সভাত লব অংশ।
  • শিলচৰ, ডিমা হাচাও আৰু কাৰ্বি আংলঙত জনসভাত অংশ লব কংগ্ৰেছ নেতাগৰাকীয়ে।
  • উল্লেখ্য যে, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে অসমত।
  • দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হবলৈ বাকী আছে অসমত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in