২০ মাৰ্চত মণিপুৰলৈ আহিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী

ফাইল ফটো
ফাইল ফটো
  • লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে সকলো ৰাজনৈতিক দল।
  • নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছো।
  • নিৰ্বাচনী প্ৰচাৰৰ বাবে ২০ মাৰ্চত মণিপুৰলৈ আহিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী।
  • মণিপুৰত নিৰ্বাচনী প্ৰচীৰ চলাব তেওঁ।
  • ইম্ফলৰ হাপ্টা কাংজেইবুঙত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।
  • তাৰ পিছতে ৰাহুল গান্ধী যাব ইটানগৰলৈ।
  • ইটানগৰতো জনসভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in