আজি অসমলৈ আহিব ৰাহুল গান্ধী…

আজি অসমলৈ আহিব ৰাহুল গান্ধী…
  • শুকুৰবাৰে অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।
  • দুদিনীয়া ভ্ৰমণ সূচীৰে অসনলৈ আহিব কংগ্ৰেছ নেতা গৰাকী ।
  • ৰাহুল গান্ধীয়ে শুকুৰবাৰে লাহোৱাল,ডিব্ৰুগড়ৰ লগতে ডুমডুমাত চলাব নিৰ্বাচনী প্ৰচাৰ ।
  • ২১ আৰু ২২ মাৰ্চত অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ।
  • প্ৰিয়ংকা গান্ধীয়ে যোৰহাট,গোলাঘাট,নগাওঁত প্ৰচাৰ চলাব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in