নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক’লে ৰাহুল গান্ধীয়ে…

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি ক’লে ৰাহুল গান্ধীয়ে…
  • মণিপুৰৰ ইম্ফলত কংগ্ৰেছৰ বিশাল জনসভা।
  • জনসভাত সম্বোধন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ।
  • নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক সমালোচনা কংগ্ৰেছ অধ্যক্ষগৰাকীৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো মন্তব্য তেওঁৰ।
  • 'আমি যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ নিদিও।'
  • 'কংগ্ৰেছ সদায় আপোনালোকৰ ভাষা, সংস্কৃতিক প্ৰতি সৌহাৰ্দ্যপূৰ্ণ।'
  • 'আপোনালোকৰ ভাষা, আৰু ইতিহাসৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰে কংগ্ৰেছে।'
  • 'এয়া আমাৰ আপোনাক দিয়া প্ৰতিশ্ৰুতি।'
  • -জনসভাত এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in