ৰাফেল কেলেংকাৰীৰ তদন্ত কৰিলে মোডী আৰু আম্বানীৰ নাম ওলাবইঃ ৰাহুল গান্ধী

ৰাফেল কেলেংকাৰীৰ তদন্ত কৰিলে মোডী আৰু আম্বানীৰ নাম ওলাবইঃ ৰাহুল গান্ধী
  • দিল্লীত কংগ্ৰেছ দলৰ সংবাদমেলৰ আয়োজন।
  • সংবাদমেলখন সম্বোধন কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে
  • সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা গান্ধীৰ।
  • সংবাদমেলত ৰাহুল গান্ধীয়ে ৰাফেল বিমান ক্ৰয়ৰ বিষয়ে মন্তব্য কৰি কটাক্ষ কৰে মোডীক।
  • সংবাদমেলত গান্ধীয়ে মোডীক সমালোচনা কৰি কয়-
  • 'প্ৰধানমন্ত্ৰীয়ে মাত নামাতে, কেৱল সীতাৰমনজী আৰু জেটলীজীয়েহে মাত মাতে।'
  • 'ভাৰতবাসীয়ে বুজি পাই যে, চকীদাৰজন আচলতে এজন চোৰ।'
  • 'প্ৰধানমন্ত্ৰীগৰাকী অনিল আম্বানী বন্ধু আৰু তেওঁৰ দ্বাৰা এই কেলেংকাৰী সংঘটিত কৰিছে।'
  • 'এয়া আমি প্ৰমাণ কৰিম'
  • 'যিদিনাখন ৰাফেল কেলেংকাৰীৰ তদন্ত সংসদে কৰিব সেইদিনা দুটা নাম নিশ্চয় সকলোৰে আগলৈ আহিব।'
  • 'এই নাম দুটা হ'ব নৰেন্দ্ৰ মোডী আৰু অনিল আম্বানী।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in