দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আৰম্ভ…

দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আৰম্ভ…
  • দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত।
  • ৰাহুল গান্ধীৰ অধ্যক্ষতাত আৰম্ভ হৈছে এই বৈঠক।
  • বৈঠকত উপস্থিত আছে মনমোহন সিঙকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্ব।
  • নিৰ্বাচনত প্ৰাৰ্থিত্ব চূড়ান্তৰ সন্দৰ্ভত ল'ব সিদ্ধান্ত।
  • কেবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও দলটোৱে চূড়ান্ত কৰা নাই।
  • অসমৰ গুৱাহাটীকে ধৰি বৰপেটা, ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীৰ সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এই বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in