শেহতীয়া খবৰ
টিহুত বানত মৃত্যু যুৱকৰ…  •  ২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...

দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক আৰম্ভ…

গুৱাহাটীকে ধৰি কেবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ সন্দৰ্ভত ল’ব সিদ্ধান্ত...

222
  • দিল্লীত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত।
  • ৰাহুল গান্ধীৰ অধ্যক্ষতাত আৰম্ভ হৈছে এই বৈঠক।
  • বৈঠকত উপস্থিত আছে মনমোহন সিঙকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্ব।
  • নিৰ্বাচনত প্ৰাৰ্থিত্ব চূড়ান্তৰ সন্দৰ্ভত ল’ব সিদ্ধান্ত।
  • কেবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও দলটোৱে চূড়ান্ত কৰা নাই।
  • অসমৰ গুৱাহাটীকে ধৰি বৰপেটা, ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীৰ সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এই বৈঠকত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি