শেহতীয়া খবৰ
পুত্ৰৰ নিৰ্মম লাঠিৰ প্ৰহাৰত মৃত্যু হ'ল পিতৃৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুত্ৰক...  •  হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ...  •  নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...

এই সত্যাগ্ৰহ কেৱল কৃষকৰ বাবে নহয়ঃ ৰাহুল গান্ধী…

114

ডিজিটেল ডেস্কঃ কৃষি আইনৰ বিৰুদ্ধে কৃষক সকলৰ প্ৰতিবাদ অব্যাহত আছে। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে এই আইনক বিৰুদ্ধে থিয় দিয়া কৃষক সকলৰ সমস্যাবোৰ দেশবাসী তথা চৰকাৰৰ সন্মুখত দাঙি ধৰিবলৈ প্ৰয়াস কৰি আহিছে। বুধবাৰে কংগ্ৰেছ নেতা গৰাকীয়ে লক্ষ্য কৰি লয় কেন্দ্ৰীয় চৰকাৰক।

ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি বুধবাৰে এটা টুইট কৰে, য’ত তেওঁ লিখিছে- ‘এই সত্যাগ্ৰহ কেৱল কৃষকসকলৰ বাবে নহয়। এই নতুন তিনিখন কৃষি আইনৰ প্ৰভাৱ মধ্যশ্ৰেণীৰ পৰিয়ালসকলৰ ওপৰতো পৰিব, যেতিয়া এপিএমচি এক্ট নষ্ট হ’ব আৰু ৰেচনৰ দাম আকাশলংঘী হ’ব। মোডীজীয়ে কেৱল নিজৰ সাংবাদিক আৰু পুঁজিপতিসকলৰ বাবে কাম কৰি আছে। আজি সকলো সত্য ওলাই পৰিছে!’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি