শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

সদ্য প্ৰয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰৰ ঘৰত ৰাহুল দ্ৰাবিড়

435
  • সদ্য প্ৰয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰৰ ঘৰত ৰাহুল দ্ৰাবিড়।
  • বৃহস্পতিবাৰে চেন্নাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰিছিল ভি বি চন্দ্ৰশেখৰে।
  • তাৰ পিছতে খেলুৱৈগৰাকীৰ ঘৰলৈ সোত বৈছিল অজস্ৰ লোক।
  • মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল চন্দ্ৰশেখৰৰ মৃতদেহ।
  • বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি