ৰহা টোলগেটঃ কে এম এছ এছৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বৈঠক

ৰহা টোলগেটঃ কে এম এছ এছৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বৈঠক
  • ৰহা টোলগেটক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰে বৈঠক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ।
  • জনতা ভৱনত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকখন।
  • বৈঠকত ভাগ লৈছে কৃষক নেতা অখিল গগৈয়ে।
  • টোলগে'ট খোলাৰ বিৰুদ্ধে কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
  • ৰহাৰ টোলগেটক লৈ বিৰুদ্ধে চৰকাৰৰে বাক-বিতণ্ডা হৈছিল বহু দল-সংগঠনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in