শেহতীয়া খবৰ
অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড...  •  দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে  •  ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান  •  সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক  •  অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ...  •  কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO  •  ১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই...  •  দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া...  •  সোনভদ্ৰা কাণ্ডক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা বেনাৰ্জী, প্ৰিয়ংকাৰ পক্ষত দিলে থিয়...  •  আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

ৰহা টোলগেটঃ কে এম এছ এছৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ বৈঠক

127
  • ৰহা টোলগেটক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰে বৈঠক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ।
  • জনতা ভৱনত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকখন।
  • বৈঠকত ভাগ লৈছে কৃষক নেতা অখিল গগৈয়ে।
  • টোলগে’ট খোলাৰ বিৰুদ্ধে কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
  • ৰহাৰ টোলগেটক লৈ বিৰুদ্ধে চৰকাৰৰে বাক-বিতণ্ডা হৈছিল বহু দল-সংগঠনৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি