সবৰিমালা মন্দিৰ দৰ্শনৰ বাবে যোৱা ৰেহানা ফাতিমাৰ বাসগৃহত আক্ৰমণ

সবৰিমালা মন্দিৰ দৰ্শনৰ বাবে যোৱা ৰেহানা ফাতিমাৰ বাসগৃহত আক্ৰমণ
  • কেৰালাৰ মহিলা সমাজকৰ্মী ৰেহানা ফাতিমাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ।
  • শুকুৰবাৰে কোনো অচিনাক্ত দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰে সমাজকৰ্মীগৰাকীৰ বাসগৃহৰ আচবাব।
  • উল্লেখ্য যে, শুকুৰবাৰে পুৱা তেওঁ আৰক্ষীৰ নিৰাপত্তাৰ মাজত সবৰিমালা মন্দিৰ দৰ্শনৰ বাবে গৈছিল।
  • প্ৰতিবাদকাৰীৰ বাধাৰ বাবে মন্দিৰত প্ৰৱেশ নকৰাকৈয়ে ঘূৰি আহিছিল সমাজকৰ্মীগৰাকী।
  • কেৰালা আৰক্ষী মহাপৰিদৰ্শকৰ সৈতে এক বৈঠকৰ পাছত দুপৰীয়া কোচিস্থিত ঘৰলৈ উভতি আছিল ৰেহানা ফাতিমা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in