শেহতীয়া খবৰ
এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি  •  বিহালীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু  •  নগাঁৱত অবৈধ মাৰণাস্ত্ৰৰ উজান! ধিঙত সুৰাৰ আড্ডাত গুলীচালনাত এজন আহত  •  বাক্সাৰ বগামাটিত বন্যহস্তীৰ আক্ৰমণত ২জন আহত  •  'এমাজন'ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট  •  'এমাজন'ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট  •  ঘৰলৈ ওভতাৰ পথত অন্ধ্ৰপ্ৰদেশৰ ৰেল ষ্টেশ্যনত অসমৰ যুৱকক হত্যা  •  গুৰুজনাৰ ৫৭০ সংখ্যাক আৱিৰ্ভাৱ তিথিত পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ  •  দুৰ্বল হংকঙৰ বিৰুদ্ধে ২৬ ৰানত ভাৰতৰ কষ্টকৰ জয়, আজি সমুখত পাকিস্তান  •  ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক

অনিৰ্দিষ্টকাললৈ বন্ধ ৰহাৰ টোলগেট!

153
  • অনিৰ্দ্দিষ্টকাললৈ বন্ধ থাকিব ৰহাৰ টোলগেট।
  • কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বৈঠকত নোলাল কোনো সমাধানসূত্ৰ।
  • পৰৱৰ্তী আলোচনা নোহোৱালৈকে বন্ধ থাকিব টোলগেটখন।
  • জনতা ভৱনত কৃষক নেতা অখিল গগৈৰ উপস্থিতিত হৈছিল বৈঠক।
  • ইয়াৰ পূর্বেও আলোচনাত বহিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি।
  • টোলগেটৰ বিৰোধিতাত যুক্তি দিছিল অখিল গগৈয়ে।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি