অনিৰ্দিষ্টকাললৈ বন্ধ ৰহাৰ টোলগেট!

অনিৰ্দিষ্টকাললৈ বন্ধ ৰহাৰ টোলগেট!
  • অনিৰ্দ্দিষ্টকাললৈ বন্ধ থাকিব ৰহাৰ টোলগেট।
  • কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বৈঠকত নোলাল কোনো সমাধানসূত্ৰ।
  • পৰৱৰ্তী আলোচনা নোহোৱালৈকে বন্ধ থাকিব টোলগেটখন।
  • জনতা ভৱনত কৃষক নেতা অখিল গগৈৰ উপস্থিতিত হৈছিল বৈঠক।
  • ইয়াৰ পূর্বেও আলোচনাত বহিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি।
  • টোলগেটৰ বিৰোধিতাত যুক্তি দিছিল অখিল গগৈয়ে।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in