ৰহাৰ কমাৰজান দলঙৰ ওপৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ স্কুটি

ৰহাৰ কমাৰজান দলঙৰ ওপৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ স্কুটি
  • ৰহাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমাৰজান দলঙৰ ওপৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এখন স্কুটি।
  • স্কুটিখনৰ নম্বৰ এ এছ ০২ এছ ৫৬৪৪।
  • ৰহা আৰক্ষীয়ে উদ্ধাৰ কৰিছে স্কুটিখন।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান ।
  • পঞ্জীয়ন নম্বৰ অনুসৰি স্কুটিখনৰ গৰাকী নগাঁৱৰ দেৱিকা দে মৰিকলং বুলি উদ্ধাৰ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in