ৰহাত ভয়াৱহ পথ দুৰ্ঘটনা,আহত কেইবাজনো…

ৰহাত ভয়াৱহ পথ দুৰ্ঘটনা,আহত কেইবাজনো…

• ৰহাত ভয়াৱহ দুৰ্ঘটনা।

• ট্ৰেভেলাৰ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।

• গুৰুতৰভাৱে আহত কেইবাজনো লোক।

• লোককেইজনৰ অৱস্থা সংকটজনক।

• নতুন চাৰিআলিৰ সমীপত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in