ৰহাৰ কাকতিগাঁৱত ৰে’লৰ খুন্দাত নিহত যুৱতী

ৰহাৰ কাকতিগাঁৱত ৰে’লৰ খুন্দাত নিহত যুৱতী
  • ৰহাৰ কাকতিগাৱঁত ৰে'লৰ খুন্দাত নিহত এগৰাকী কিশোৰী।
  • বুধবাৰে সন্ধিয়া নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছৰ খুন্দাৰ নিহত হয় কিশোৰীগৰাকী।
  • নিহত কিশোৰীগৰাকীৰ নাম আতলিমা বেগম।
  • চাপৰমুখৰ সমীপৰ কাকতিগাঁৱৰ ১৪বছৰীয়া কিশোৰীগৰাকীয়ে ৰে'ল লাইনেৰে খোজকাঢ়ি গৈ থকা অৱস্থাত নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছ ৰে'লখনে মহতিয়াই নিয়ে।
  • পিছত চাপৰমুখ ৰে'ল আৰক্ষীয়ে চিন্ন ভিন্ন হৈ পৰা কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি বৃহস্পতিবাৰে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in