কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে ৰহাত উদ্ধাৰ মৃতদেহ

কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে ৰহাত উদ্ধাৰ মৃতদেহ
  • কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে ৰহাত চাঞ্চল্যকৰ ঘটনা।
  • ৰহাৰ মঠৰবড়ীত পথৰ কাষত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ।
  • আনুমানিক ৬০-৬৫ বছৰীয়া পুৰুষৰ মৃতদেহটো প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হৈছে।
  • ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in