শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

ৰহাৰ ফুলগুৰিৰ বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক দণ্ডমোহন শইকীয়াৰ পৰলোক

37
  • ৰহাৰ ফুলগুৰিৰ বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক, ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দণ্ডমোহন শইকীয়াৰ পৰলোক।
  • হৃদৰোগত আক্ৰত হৈ পুৱতি নিশা মৃত্যু।
  • নগাঁও জিলা হাইস্কুল শিক্ষক সন্থা, জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি আছিল দণ্ডমোহন শইকীয়া।
  • বিভিন্ন দল, সংগঠনৰ শোক প্ৰকাশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি