ৰহাৰ ফুলগুৰিৰ বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক দণ্ডমোহন শইকীয়াৰ পৰলোক

ৰহাৰ ফুলগুৰিৰ বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক দণ্ডমোহন শইকীয়াৰ পৰলোক
  • ৰহাৰ ফুলগুৰিৰ বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক, ফুলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দণ্ডমোহন শইকীয়াৰ পৰলোক।
  • হৃদৰোগত আক্ৰত হৈ পুৱতি নিশা মৃত্যু।
  • নগাঁও জিলা হাইস্কুল শিক্ষক সন্থা, জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি আছিল দণ্ডমোহন শইকীয়া।
  • বিভিন্ন দল, সংগঠনৰ শোক প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in