ৰহাৰ ডিমৌৰ বালিসৰা গাঁৱত লকাডাউনৰ বাবে বাঁহ বান্ধি বন্ধ কৰিলে পথ, VIDEO

ৰহাৰ ডিমৌৰ বালিসৰা গাঁৱত লকাডাউনৰ বাবে বাঁহ বান্ধি বন্ধ কৰিলে পথ, VIDEO
  • ৰহাৰ ডিমৌৰ বালিসৰা গাঁৱত লকডাউনৰ প্ৰভাৱ।।
  • গাঁঁৱৰ যুৱক সকলে এনেদৰে বন্ধ কৰে গাঁৱৰ পথ।
  • গাঁৱত যাতে কোনো লোক প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে এনেদৰে বাঁহ বান্ধি দিছে পথত।
  • জৰুৰীকালীন সেৱাৰ বাহিৰে ৰহাৰ ডিমৌৰ বালিসৰাত প্ৰবেশ নিষেধ সকলোৰে৷
  • ১৪ এপ্ৰিললৈকে গাঁৱত বাহিৰৰ লোকৰ প্ৰবেশ নিষেধ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in