ভাৰতলৈ পাঁচ ৰাফেল যুদ্ধ বিমান…

ভাৰতলৈ পাঁচ ৰাফেল যুদ্ধ বিমান…
  • ভাৰতীয় সামৰিক শক্তিত নতুন সংযোজন।
  • দেশৰ বায়ুসেনাৰ লগত সংযুক্ত হ'ব 'ৰাফেল' যুদ্ধ বিমান।
  • সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিলে পাঁচখনকৈ ৰাফেল যুদ্ধ বিমানে।
  • বুধবাৰে হাৰিয়ানাৰ আমবালা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব ৰাফেল যুদ্ধ বিমানে।
  • ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে জনালে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in