শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

ভাৰতলৈ পাঁচ ৰাফেল যুদ্ধ বিমান…

420
  • ভাৰতীয় সামৰিক শক্তিত নতুন সংযোজন।
  • দেশৰ বায়ুসেনাৰ লগত সংযুক্ত হ’ব ‘ৰাফেল’ যুদ্ধ বিমান।
  • সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰত অভিমুখে উৰা মাৰিলে পাঁচখনকৈ ৰাফেল যুদ্ধ বিমানে।
  • বুধবাৰে হাৰিয়ানাৰ আমবালা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব ৰাফেল যুদ্ধ বিমানে।
  • ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে জনালে এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি