ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ আৰটিআই কৰ্মী দুলাল বৰা…

ফাইল ফটো
ফাইল ফটো
  • ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ আৰটিআই কৰ্মী দুলাল বৰা।
  • শনিবাৰে পুৱা হাতীগাঁও থানাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
  • কামৰূপৰ যান-বাহন পৰিদৰ্শক নাইমুদ্দিন আহমেদে দিছিল গোচৰ।
  • দুলাল বৰাই ব্লেকমেইলিঙ কৰাৰ অভিযোগেৰে গোচৰ দিছিল বিষয়াগৰাকীয়ে।
  • আৰ টি আই কৰ্মী দুলাল বৰাই তেওঁক ৫ লাখ টকা দাবী কৰাৰ অভিযোগেৰে দিছিল এজাহাৰ।
  • তাৰ পিছতে এই গোচৰতে দুলাল বৰাক গ্ৰেপ্তাৰ কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in