শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ আৰটিআই কৰ্মী দুলাল বৰা…

1,304
  • ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ আৰটিআই কৰ্মী দুলাল বৰা।
  • শনিবাৰে পুৱা হাতীগাঁও থানাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
  • কামৰূপৰ যান-বাহন পৰিদৰ্শক নাইমুদ্দিন আহমেদে দিছিল গোচৰ।
  • দুলাল বৰাই ব্লেকমেইলিঙ কৰাৰ অভিযোগেৰে গোচৰ দিছিল বিষয়াগৰাকীয়ে।
  • আৰ টি আই কৰ্মী দুলাল বৰাই তেওঁক ৫ লাখ টকা দাবী কৰাৰ অভিযোগেৰে দিছিল এজাহাৰ।
  • তাৰ পিছতে এই গোচৰতে দুলাল বৰাক গ্ৰেপ্তাৰ কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি