শেহতীয়া খবৰ
অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ  •  হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

বিজেপি ত্যাগ কৰিয়ে ছ’চিয়েল মিডিয়াযোগে আৰ পি শৰ্মাৰ বিস্ফোৰণ, চাওক সবিশেষ

1,275
  • বিজেপিৰ পৰা পদত্যাগ কৰিয়ে ছ’চিয়েল মিডিয়াযোগে কেইবাটাও মন্তব্য কৰিলে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই।
  • বিজেপিত নতুনকৈ নাম অন্তৰ্ভূক্ত হোৱা লোকসকলৰ বাবে পুৰণা বিজেপি কৰ্মী অৱহেলিত হোৱাৰ অভিযোগ।
  • অৱহেলিত লোকসকলৰ হৈ মাত মতাৰ আশ্বাস।
  • এতিয়া বিজেপিত অৱহেলিত লোকসকলৰ হৈ মাত মতাৰ বাবে কোনো নাই বুলিও ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ। 
  • ‘বহুলোক বিজেপিৰ দুৰ্যোগৰ সময়ত দলটোৰ বাবে কাম কৰিছে’।
  • ‘কিন্তু সেইসকল লোকে এতিয়া বিজেপিত অৱহেলিত আৰু গুৰুত্ব দিয়া নহয় তেওঁলোকক’।
  • ইফালে তেওঁক সমৰ্থন জনোৱা সকলো লোককে ধন্যবাদ জনাই তেজপুৰৰ সাংসদজনে।

  • সদায়ে তেওঁ ৰাইজৰ হৈ কাম কৰাৰ কথা প্ৰকাশ কৰে ছ’চিয়েল মিডিয়াযোগে।
  • উল্লেখ্য যে, দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে সাংসদজনে।
  • তেজপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা।
  • তেজপুৰ লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হৈ এই সিদ্ধান্ত লয় তেওঁ।
  • কিছুদিন পূৰ্বে ‘অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত ১ মিনিটতে প্ৰয়োজনত দল ত্যাগ কৰাৰ কথা কৈছিল তেজপুৰৰ সাংসদজনে।

  • ইফালে দল ত্যাগ কৰাৰ পিছতে ১২ বজাত নতুন দিল্লীত নিজা বাসভৱনত সাংসদজনে সম্বোধন কৰিব সংবাদমেল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি