কুইন ওজাৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচনী বিষয়াৰ, মুখ খুলিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে…

কুইন ওজাৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচনী বিষয়াৰ, মুখ খুলিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে…
  • কুইন ওজাৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচনী বিষয়াৰ।
  • ওজাৰ শিক্ষাগত অৰ্হতাক লৈ হৈছিল তীব্ৰ বিতৰ্ক।
  • বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে দিয়া হোৱা নাই কোনো লিখিত অভিযোগ।
  • এই ঘোষণাৰ পাছতে মুখ খুলিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই
  • শিক্ষাগত অৰ্হতাকলৈ বিৰোধীয়ে অপ্ৰচাৰ কৰাৰ অভিযোগ।
  • মনোনয়নৰ তথ্যত ভুল থকাৰ কথা স্বীকাৰ প্ৰাৰ্থী গৰাকীৰ।
  • অধিবক্তাৰ ভুলৰ বাবে মনোনয়নৰ শিক্ষাগত খিতানত ভুল হোৱা বুলি স্বীকাৰ কুইন ওজাৰ।
  • উচ্চতৰ মাধ্যমিকত উৰ্ত্তীৰ্ণ বুলি উল্লেখ কৰিব নালাগিছিল বুলি স্বীকাৰ কুইন ওজাৰ।
  • কিন্তু দাখিল কৰা সকলো তথ্য শুদ্ধ হোৱা বাবে বাতিল নহল মনোনয়ন পত্ৰ।
  • বিৰোধীয়ে কোনো অভিযোগ দাখিলেই কৰা নাছিল নিৰ্বাচনী আয়োগৰ ওচৰত।
  • সাংবাদিকৰ প্ৰশ্নত বিৰ্বত বিজেপি প্ৰাৰ্থীগৰাকী।
  • অধিবক্তা বিজন মহাজনে বিৰোধীয়ে কৰা অপ্ৰচাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিলে ক্ষোভ।
  • বিৰোধীয়ে পৰাজয়ৰ ভয়ত আবোল-তাবোল বলকিছে বুলি অভিযোগ কুইন ওজাৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in