বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ মেৰীকমৰ

বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ মেৰীকমৰ
  • বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এম চি মেৰীকমৰ।
  • ৪৮ কিলোগ্ৰাম শাখাত কাজাখাস্তানৰ খেলুৱৈ আইগেৰিম কাছেনায়েভাক পৰাস্ত কৰে মেৰীকমে।
  • দিল্লীত অনুষ্ঠিত হৈছে বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতা।‍
  • উল্লেখ্য যে, দেওবাৰে অসমৰ লাভলিনা আৰু ভাগ্যৱতীয়েও ভিন্ন শাখাত প্ৰৱেশ কৰিছিল কোৱাৰ্টাৰ ফাইনেলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in