পুৰণিগুদামৰ ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত অস্ত্ৰধাৰী ডকাইতৰ দলে চলালে লুটপাত…

  • নগাঁৱৰ পুৰণিগুদামত শনিবাৰে পুৱতি নিশা ৰিলায়েঞ্চ পেট্ৰ'ল পাম্পত অস্ত্ৰধাৰী ডকাইতৰ দলে চলালে লুটপাত।
  • ১৪–১৫জনীয়া পেট্ৰ'ল পাম্পটোত প্ৰৱেশ কৰি লুটি নিয়ে নগদ ধনৰ লগতে সা-সামগ্ৰী।
  • ৬০ হাজাৰ টকাৰ লগতে দুটা কম্পিউটাৰ, CCTV কেমেৰা আৰু ডিভিআৰ ছেট লৈ গল ডকাইতৰ দলটোৱে।
  • ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in