শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

পুৰণিগুদামত পথ দুৰ্ঘটনা

127
  • পুৰণিগুদামত পথ দুৰ্ঘটনা।
  • ২খন গাড়ীৰ মাজত সংঘৰ্ষ।
  • সামান্য পৰিমাণে আহত হয় বাহন ২খনৰ যাত্ৰীসকল।
  • দুৰ্ঘটনাগ্ৰস্ত এখন বাহনৰ নম্বৰ এএছ০১-বি-২০৭৭।
  • উক্ত স্থানত লেহেমিয়া গতিত চলি আছে ৪ লেনযুক্ত ৰাজপথ নিৰ্মাণৰ কাম।

  • যাৰ বাবে পথছোৱাত প্ৰায়ে সংঘটিত হয় পথ দুৰ্ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি