শেহতীয়া খবৰ
প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক'লা প্ৰদৰ্শন...  •  নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত, এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত...  •  চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য...  •  ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’...  •  এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’...  •  বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন...

গ্ৰেপ্তাৰ হ’ব পাৰে কন্ঠশিল্পী হনী সিং!….

2,226

ডিজিটেল ডেস্কঃ দীৰ্ঘ বিৰতিৰ মুৰত ৰূপালী পৰ্দালৈ ঘূৰি আহি বিপদত কন্ঠশিল্পী হনী সিং। ‘মখনা’ শীৰ্ষক গীতটোৰ জৰিয়তে পুণৰ জনপ্ৰিয়তাৰ শীৰ্ষত অৱস্থান কৰা হনী সিঙক পঞ্জাৱ মহিলা আয়োগে কৰিছে পত্ৰ। আয়োগৰ অভিযোগ মহিলাক লৈ গীতটোত বহু অশ্লীল শব্দ প্ৰয়োগ কৰা হৈছে।

ইতিমধ্যে মহিলা আয়োগে পঞ্জাৱ আৰক্ষী সঞ্চালককো হনী সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। হনী সিঙৰ লগতে গীতটিত কন্ঠদান কৰা নেহা কক্কৰ আৰু টি-চিৰিজৰ চেয়াৰমেন ভুষণকুমাৰৰ ওপৰতো আইনী ব্যৱস্থা ল’বলৈ দাবী জনাইছে আয়োগে। ১২ জুলাইৰ ভিতৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী তুলিছে আয়োগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি