অমৃতসৰ বিস্ফোৰণৰ তথ্য দিওতাক ৫০ লাখ টকা দিব পঞ্জাৱ চৰকাৰে

অমৃতসৰ বিস্ফোৰণৰ তথ্য দিওতাক ৫০ লাখ টকা দিব পঞ্জাৱ চৰকাৰে
  • অমৃতসৰৰ বিস্ফোৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।
  • অপৰাধীৰ সন্ধান দিওতাক পঞ্জাৱ চৰকাৰে দিব ৫০ লাখ টকা।
  • মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কৰিলে এই ঘোষণা।
  • এই বিস্ফোৰণত নিহত হৈছিল তিনিজনকৈ লোক।
  • আহত হৈছিল ১২ জনৰো অধিক।
  • 'নিয়া'ৰ দলে পুৱাই পৰিদৰ্শন কৰিলে বিস্ফোৰণস্থলী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in