ৰাষ্ট্ৰপতি কোবিন্দে সাক্ষাৎ অস্বীকাৰ কৰা পিছতে দিল্লীত কৃষক আইনৰ বিৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব পঞ্জাৱৰ মূখ্যমন্ত্ৰীয়ে…

ৰাষ্ট্ৰপতি কোবিন্দে সাক্ষাৎ অস্বীকাৰ কৰা পিছতে দিল্লীত কৃষক আইনৰ বিৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব পঞ্জাৱৰ মূখ্যমন্ত্ৰীয়ে…

ডি়জিটেল ডেস্কঃ কৃষক আইনৰ বিৰুদ্ধে পঞ্জাৱত হোৱা বিক্ষোভ প্ৰদৰ্শন এতিয়া দিল্লীৰ ৰাজঘাট পাবগৈ। পঞ্জাৱৰ কৃষকে ৰাজঘাটত বুধবাৰে বিক্ষোভ প্ৰদৰ্শন কৰিব। এই আন্দোলন কাৰ্যসূচীৰ আয়োজন পঞ্জাৱৰ মূখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু অন্যান্য মন্ত্ৰী সকলে কৰিছে।

দৰাচলতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অমৰিন্দৰ সিঙৰ সতে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা সংসদ গৃহীত কৃষক আইনৰ সম্পৰ্কে আলোচনা কৰিবলৈ অমান্তি হৈছিল। ইয়াৰ ফলত তেওঁ দিল্লীত বিৰোধ প্ৰদৰ্শনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in