পুণেত ৰাসায়নিক ফেক্টৰিত বিধ্বংসী অগ্নিকাণ্ড…

পুণেত ৰাসায়নিক ফেক্টৰিত বিধ্বংসী অগ্নিকাণ্ড…
  • মহাৰাষ্ট্ৰৰ পুণেত বিধ্বংসী অগ্নিকাণ্ড।
  • এটা ৰাসায়নিক ফেক্টৰিত এই অগ্নিকাণ্ড।
  • কুৰকুম্ভ এমআইডিচি এলেকাত এই ঘটনা সংঘটিত হৈছে।
  • ৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত।
  • বৰ্তমানেও লাভ কৰা হোৱা নাই ক্ষয় ক্ষতিৰ পৰিমাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in